Our facilities
Only 12 students will be taken per class. |
Practical and smart classes facilities available. |
Exam will be conducted each month and a report card will be issued for those exams. |
Parent - Teacher meeting will be held in every two months. |
A presentation-based assessment will be conducted after each chapter. |
Quizzes - Debate will be held for better understanding of the syllabus. |
Upto 50% scholarship according to the previous year’s marks. |
Free classes for economically backward students. |
Extra classes for competitive exams. |
Assistance will be provided for class projects. |
প্ৰত্যেক ক্লাছত ১২ জন ছাত্ৰ লোৱা হব । |
প্ৰেক্টিকেল আৰু স্মাৰ্ট ক্লাছৰ ব্যৱস্থা আছে । |
মাহেকীয়া পৰীক্ষাৰ ব্যৱস্থা কৰা হব আৰু পৰীক্ষাৰ বাবে ৰিপোৰ্ট কাৰ্ডৰ ব্যৱস্থা থাকিব ।. |
অভিভাৱকৰ লগত আলোচোনাৰ বাবে প্ৰত্যেক ২ মাহৰ অন্তত মিটিং কৰা হব । |
প্ৰত্যেক অধ্যায়ৰ পিছত এটা Presentation লোৱা হব । |
কুইজ আৰু তৰ্কৰ জৰিয়তে অধ্যায় বুজোৱাত সহায় কৰা হব । |
৫০% লৈকে বৃত্তিৰ ব্যৱস্থা থাকিব । |
অৰ্থনৈতিক ভাৱে দুৰ্বল শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া পাঠদানৰ ব্যৱস্থা থাকিব । |
প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে অতিৰিক্ত ক্লাছ কৰা হব । |
ক্লাছ প্ৰজেক্টসমূহৰ বাবে সহায় আগবঢ়োৱা হব । |
*(Institutions decision will be the final decision.)